Raid At Jorhat Spa : গুৱাহাটীৰ স্পাত দেহ ব্যৱসায় কৰিবলৈ যুৱতী যোগান ধৰা মহিলাক গ্ৰেপ্তাৰ

By

Published : Dec 29, 2022, 3:41 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

যোৰহাটৰ পৰা কৌশলেৰে গুৱাহাটীলৈ নাৰী সৰবৰাহ কৰা এগৰাকী মহিলাক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (Crime branch Raid At Jorhat Spa)৷ গুৱাহাটীৰ স্পালৈ দেহ ব্যৱসায়ৰ বাবে অসমীয়া যুৱতীক সৰবৰাহ কৰা পল্লৱী দাস নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Lady arrested in Jorhat involving Prostitution Racket) ৷ যোৰহাটত Barbara Unisex Saloon নামৰ এখন চেলুনৰ জৰিয়তে গুৱাহাটীলৈ উজনি অসমৰ যুৱতী সৰবৰাহ কৰি আহিছিল মহিলাগৰাকীয়ে ৷ সহজ-সৰল যুৱতীক টাৰ্গেট কৰি বিভিন্ন প্ৰলোভনেৰে গুৱাহাটীৰ বিভিন্ন স্পাত দেহ ব্যৱসায়ত লিপ্ত কৰোৱাই আহিছে অভিযুক্ত মহিলাগৰাকীয়ে (Prostitution at Spa in Guwahati)।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.