Fire broke out at Fatasil Ambari: ফটাশিল আমবাৰীত ভস্মীভূত শতাধিক বাসগৃহ

By

Published : Dec 9, 2022, 9:07 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

মহানগৰীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড(Fire broke out at Fatasil Ambari) ৷ কামাখ্যাৰাম বৰুৱা মহাবিদ্যালয়ৰ সমীপৰ GMCৰ পুৰণি চাফাইকৰ্মী কলনীত অগ্নিকাণ্ডৰ সূত্ৰপাত (Fire at GMC colony) ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় 10টা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ সন্দেহ কৰা হৈছে(10 cylinder burst) ৷ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় শতাধিক বাসগৃহ(25 house burnt) ৷ এই পৰ্যন্ত অহা নাই কোনো লোক হতাহত হোৱাৰ তথ্য ৷ অগ্নিকাণ্ডৰ ফলত অঞ্চলটোত হাহাকাৰ পৰস্থিতিৰ সৃষ্টি হৈছে ৷ 14খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাবলৈ অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ বৰ্তমানেও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.