অসম

assam

গৰুৰ চোৰাং সৰবৰাহকাৰীৰ পৰা 25 টাকৈ গৰু উদ্ধাৰ

By

Published : Nov 11, 2021, 10:21 PM IST

বুধবাৰে নিশা ৰহা আৰক্ষীৰ হাতত বন্দী হ'ল পাঁচজনকৈ গৰু সৰবৰাহকাৰী । জানিব পৰামতে বুধবাৰে নিশা ১১:৪৫ বজাত ৰহা টোলগেটৰ সমীপৰ পৰা ৰহা আৰক্ষীয়ে জব্দ কৰে চোৰাংকৈ সৰবৰাহ কৰা ২৫ টাকৈ গৰুভৰ্তি এখন ট্ৰাক । নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই বৃহস্পতিবাৰে ৰহাত আয়োজিত এক সংবাদমেলত প্ৰকাশ কৰা তথ্য অনুসৰি তেজপুৰ পাঁচ মাইলৰ পৰা AS23 AC 0978 নম্বৰৰ এখন ট্ৰাকত অবৈধ ভাৱে ২৫ টাকৈ গৰু ভৰ্তি কৰি বিক্ৰীৰ বাবে গুৱাহাটীৰ খানাপাৰলৈ বুলি কঢ়িয়াই আনিছিল ।

ABOUT THE AUTHOR

...view details