অসম

assam

Road accident in Dibrugarh: ডাম্পাৰৰ খুন্দাত এজন নিহত

By

Published : Nov 27, 2022, 4:02 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ডিব্ৰুগড়ৰ লালুকা গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে(Road accident in Dibrugarh) ৷ এখন বালি কঢ়িওৱা ডাম্পাৰে মহতিয়াই নিয়ে এজন বাইক আৰোহীক (One death in Road accident) ৷ AS 06 BC 4733 নম্বৰৰ বালি কঢ়িওৱা এখন ডাম্পাৰে ঘৰ অভিমুখে গৈ থকা ভাস্কৰ দাস নামৰ লোকজনক বাইকসহ মহতিয়াই লৈ যায় ৷ মৃত ভাস্কৰৰ ঘৰ ডিব্ৰুগড়ৰ নতুন গাঁৱত ৷ বৰ্তমান ডাম্পাৰ খনৰ চালকজনক আৰক্ষীয়ে আটক কৰিছে ৷
Last Updated :Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details