অসম

assam

Sick Neel Pawan Baruah: নীলপৱন বৰুৱাৰ আশু আৰোগ্য কামনাৰ্থে টীয়কত প্ৰাৰ্থনা সভা

By

Published : Oct 28, 2022, 2:09 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

অসুস্থ চিত্ৰশিল্পী নীলপৱন বৰুৱা ৷ ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে চিত্ৰশিল্পীগৰাকীৰ (Prominent painter Neel Pawan Baruah) ৷ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) চিকিৎসাধীন হৈ থকা চিত্ৰশিল্পীগৰাকীয়ে কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস লৈ আছে বুলি জানিব পৰা গৈছে (Neel Pawan Baruah in GMCH) ৷ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিন্তিত হৈ পৰিছে তেওঁৰ আত্মীয় স্বজন কিম্বা টীয়কৰ বাহ্মণ গাঁওবাসী ৷ মৰমৰ চিত্ৰশিল্পীগৰাকীৰ সুস্বাস্থ্য কামনাৰে নেদেখাজনৰ ওচৰত মূৰ দোঁৱাইছে ৰাজ্যবাসীৰ লগতে চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্মস্থান টীয়কৰ বাহ্মণ গাঁওবাসীও ৷
Last Updated :Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details