অসম

assam

Closure of regional news from AIR Dibrugarh: আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি বন্ধ কৰাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

By

Published : Oct 26, 2022, 2:13 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ডিব্ৰুগড়ত আছুৰ তীব্ৰ প্ৰতিবাদ(AASU protest in Dibrugarh)। প্ৰসাৰ ভাৰতীয়ে আকাশবাণী ডিব্ৰুগড়ৰ পৰা আঞ্চলিক বাতৰি সম্প্ৰচাৰ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ(Assamese news bulletin closed at Dibrugarh AIR) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে আছুৰ বিষয়ববীয়াই(All India Radio Dibrugarh) । অসম আৰু অসমীয়া ভাষা বিৰোধী এই সিদ্ধান্ত কেন্দ্ৰই বাতিল নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰো হুংকাৰ প্ৰদান কৰে । অসমীয়াৰ আৱেগ বুজি নোপোৱা প্ৰধানমন্ত্ৰী মোডী চৰকাৰে আকাশবাণী ডিব্ৰুগড়ৰ পৰা আঞ্চলিক বাতৰি বন্ধ কৰি অসমীয়া ভাষা বিদ্বেষী স্থিতি প্ৰতিফলিত কৰা বুলি আছুৱে ক্ষোভ প্ৰকাশ কৰে ।
Last Updated :Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details