অসম

assam

AAMSU protest in Mangaldai: ব্যক্তিগত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Jun 10, 2023, 10:25 PM IST

Updated : Jun 10, 2023, 10:31 PM IST

aamsu protest again jnsm hospital

মঙলদৈ, 10 জুন: শনিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে (Protest again JNSM hospital) ৷ যোৱা 3 জুনত মঙলদৈ কৰিমচ’ক স্থিত JNSM নামৰ ব্যক্তিগত চিকিৎসালয় খনত ভুল চিকিৎসাৰ বাবে এজন লোকৰ মৃত্যুৰ পাচত হস্পিতাল কৰ্তৃপক্ষই মাৰধৰ কৰিছিল মৃত্যু হোৱা লোকজনৰ পৰিয়ালৰ লোকক ৷ মাৰপিটৰ দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত (AAMSU protest in Mangaldai)  ৷ ইমানৰ পাচতো JNSM হস্পিতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে দৰং জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ যাৰ বাবে চিকিৎসক ডা৹ বিপ্লৱ বৰাক গ্ৰেপ্তাৰ কৰক,চিকিৎসালয় খনৰ অনুজ্ঞাপত্ৰ বাতিল কৰক, ভুক্তভোগী পৰিয়ালক 10 লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰক আদি দাবীৰে দৰং জিলা আমছুৰ বিষয়ববীয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

লগতে পঢ়ক:Silshako Protest: কোনো খিলঞ্জীয়া লোকৰ ঘৰত হাত দিবলৈ দিয়া নহ’ব চৰকাৰক- প্ৰতিবাদকাৰীৰ সকিয়নী

Last Updated :Jun 10, 2023, 10:31 PM IST

ABOUT THE AUTHOR

...view details