নলবাৰী, 6 এপ্ৰিল : লক্ ডাউনৰ মাজতে নলবাৰীত পথ দুৰ্ঘটনা ৷ গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ থকা এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে ৷ ফলত থিতাতে নিহত হয় এজন লোক ৷ এই ঘটনাত আহত আন এজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷