অসম

assam

কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ সাহাৰ্য প্ৰদান

By

Published : Mar 8, 2020, 8:30 PM IST

মন্ত্ৰী কেশৱ মহন্তই কলিবৰত উপস্থিত হৈ কেৰিবাকৰি সমবায় সমিতিৰ কাৰ্যালয়টো মেৰামতিৰ বাবে সাহাৰ্য প্ৰদান কৰে ৷

Keshab Mahanta at Kaliabor
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ সাহাৰ্য প্ৰদান

নগাঁও,8মাৰ্চ :দেওবাৰে কলিয়াবৰত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত ৷ মন্ত্ৰীগৰাকীয়ে জখলাবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেৰিবাকৰি সমবায় সমিতিৰ কাৰ্যালয়টো মেৰামতিৰ বাবে বিধায়ক উন্নয়ন পূঁজিৰ এক লাখ টকাৰ সাহাৰ্য প্ৰদান কৰে ৷ জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী তৃষাৰাণী শইকীয়াৰ উপস্থিতিত প্ৰাৰম্ভিক কিস্তিৰ সত্তৰ হাজাৰ টকাৰ চেক আগবঢ়ায় অঞ্চলবাসীক । মন্ত্ৰী কেশৱ মহন্তই বিধায়ক পূঁজিৰে নিৰ্মান কৰা স্থানীয় ভোজপুৰী সমাজৰ প্ৰৱেশ পথ আৰু ষঠ পূজাৰ ঘাট পৰিদৰ্শন কৰি পৰৱৰ্তী সময়ত অধিক উন্নয়নৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ সাহাৰ্য প্ৰদান

ABOUT THE AUTHOR

...view details