অসম

assam

আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল সংযুক্তা দত্ত

By

Published : May 10, 2020, 10:10 AM IST

কৰ’ণাৰ আতংকৰ মাজতেই অসমবাসীৰ বাবে এটি ভাল খবৰ ৷ পুনৰবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিল ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত ৷ ফেশ্বন ডিজাইনাৰ ইনফিনিটিৰ শীৰ্ষ দহটা স্থানত অন্তৰ্ভুক্ত হৈছে অসমৰ তাৰকা ডিজাইনাৰ গৰাকীৰ নাম ৷

fashion designer sanjukta dutta latest news guwahati kamrup metro assam etv bharat news
ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত

গুৱাহাটী,10 মে’ :কৰ’ণাৰ আতংকৰ মাজতে ৰাজ্যবাসীলৈ এটা ভাল খবৰ কঢ়িয়াই আনিছে আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ৷ ফেশ্বন ডিজাইনাৰ ইনফিনিটিৰ শীৰ্ষ দহত স্থান লাভেৰে অসমলৈ এই সুখবৰ কঢ়িয়াই আনে ফেশ্বন ডিজাইনাৰ গৰাকীয়ে ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰবাৰ অসমৰ নাম জিলিকাই তুলিছে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ গৰাকীয়ে ৷

ফেশ্বন ডিজাইনাৰ ইনফিনিটিত স্থান লাভ

উল্লেখ্য যে,ইনফিনিটিৰ দহজনীয়া তালিকাখনত মাছবা গুপ্তা, ৰুহিত বল আদিকে ধৰি ভাৰতৰ আগশাৰীৰ তাৰকা ডিজাইনাৰে স্থান দখল কৰিছে ৷ সংযুক্তা দত্তই অসমক প্ৰতিনিধিত্ব কৰি বিশ্বৰ বহু আগশাৰীৰ অনুষ্ঠানত অংশগ্ৰহণেৰে ইতিমধ্যে যথেষ্ট সমাদৰ লাভ কৰিছে ৷

লগতে চাওকঃদীঘলীয়া লক্ ডাউনঃ চূড়ান্ত সিদ্ধান্ত ল'লে ৰিক্সাচালকে !

ABOUT THE AUTHOR

...view details