অসম

assam

চৰকাৰে শান্তি তথা সন্মানজনকভাৱে নিমন্ত্ৰণ জনালে ঘূৰি আহিব পৰেশ বৰুৱাঃ বিমল বৰুৱা

By

Published : Jan 30, 2020, 3:03 PM IST

পৰেশ বৰুৱাৰ প্ৰত্যাৱৰ্তনক লৈ ভাতৃৰ প্ৰতিক্ৰিয়া ৷ চৰকাৰে শান্ত পৰিৱেশত, সন্মানজনক পৰিৱেশত নিমন্ত্ৰণ জনালে পৰেশ বৰুৱা ঘূৰি আহিব বুলি মন্তব্য কৰে ভাতৃ বিমল বৰুৱাই ৷

বিমল বৰুৱা
চৰকাৰে শান্তি তথা সন্মানজনকভাৱে নিমন্ত্ৰণ জনালে ঘূৰি আহিব পৰেশ বৰুৱাঃ বিমল বৰুৱা

ডিব্ৰুগড়, 30 জানুৱাৰীঃ চলিত বৰ্ষৰ এপ্ৰিলত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আপোন ঘৰলৈ ঘূৰি আহিব বুলি আশাবাদী সেনাধ্যক্ষজনৰ ভাতৃ বিমল বৰুৱাৰ লগতে পৰিয়াল ৷ সাৰ্বভৌমত্বৰ বিষয়টো চৰকাৰ আৰু আলফাৰ মাজৰ কথা বুলি উল্লেখ কৰি জেষ্ঠ ভাতৃ বিমল বৰুৱাই ক'লে চৰকাৰে যদি শান্ত আৰু সন্মানজনক পৰিৱেশত নিমন্ত্ৰণ জনাই তেতিয়া তেওঁলোকে এই সুযোগ গ্ৰহণ কৰিব লাগে বুলি মোৰ বিশ্বাস বুলি মন্তব্য কৰে ভাতৃ বিমল বৰুৱাই ।

চৰকাৰে শান্তি তথা সন্মানজনকভাৱে নিমন্ত্ৰণ জনালে ঘূৰি আহিব পৰেশ বৰুৱাঃ বিমল বৰুৱা
Intro:এপ্ৰিলত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আপোন ঘৰলৈ ঘূৰি আহিব বুলি আশাবাদী সেনাধ্যক্ষজনৰ ভাতৃ বিমল বৰুৱাৰ লগতে পৰিয়াল।

Byte-বিমল বৰুৱা (পৰেশ বৰুৱাৰ ভাতৃ)


সাৰ্বভৌমত্বৰ বিষয়টো চৰকাৰ আৰু আলফাৰ মাজৰ কথা বুলি উল্লেখ কৰি
জেষ্ঠ ভাতৃ বিমল বৰুৱাই ক'লে চৰকাৰে শান্তি পৰিবেশত, সন্মানজনক পৰিবেশত নিমন্ত্ৰণ জনাই তেতিয়া তেওঁলোকে এই সুযোগ গ্ৰহণ কৰিব লাগে বুলি মোৰ বিশ্বাস।


এইদৰে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেনাধ্যক্ষজনৰ ভাতৃ বিমল বৰুৱাই।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do

ABOUT THE AUTHOR

...view details