অসম

assam

বন্যাৰ্তলৈ ১লাখ টকাৰ সাহায্য ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ

By

Published : Jul 20, 2019, 1:43 PM IST

ৰাজ্যৰ উদীয়মান ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান দিয়ে নগদ এক লাখ টকা ৷

ৰিয়ান পৰাগ

  • বানাক্ৰান্তলৈ আৰ্থিক সাহায্য ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ
  • মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ১লাখ টকা দান ক্ৰিকেটাৰগৰাকীৰ
  • "ৰাজ্যৰ যুৱ প্ৰজন্মই বন্যাৰ্তৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে"
  • টুইটাৰযোগে এই প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Intro:বানাক্ৰান্তলৈ আৰ্থিক সাহায্য অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ।

মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য পুঁজিলৈ ১লাখ টকা প্ৰদান কৰে উদিয়মান ক্ৰিকেটাৰগৰাকীয়ে।

ৰাজ্যৰ যুৱ প্ৰজন্মই বন্যাৰ্তৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে।

এই কথা এক টুইটাৰযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। Body:Hirul Haque Conclusion:Guwahati

ABOUT THE AUTHOR

...view details