অসম

assam

কেৰালাৰ মুখ্য়মন্ত্ৰীৰ অনাৱশ্যকীয় সা-সুবিধা সমূহ কৰ্তন কৰিবলৈ আহ্বান কংগ্ৰেছ সভাপতিৰ

By

Published : Apr 25, 2020, 6:06 PM IST

কেৰালাৰ মুখ্য়মন্ত্ৰী পিনাৰাই বিজয়নক কটাক্ষ কংগ্ৰেছৰ সভাপতি মুল্লাাপল্লী ৰামচন্দ্ৰনৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ CODIV-19 সাহাৰ্য পুঁজিলৈ যোগদান কৰাৰ বাবে বাধ্য কৰোৱাতকৈ মুখ্যমন্ত্ৰী গৰাকীৰ অন্যান্য সা-সুবিধা সমূহ কৰ্তন কৰিবলৈ আহ্বান জনাই ।

কেৰালা
কেৰালাৰ মুখ্য়মন্ত্ৰীৰ অনাৱশ্যকীয় সা-সুবিধা সমূহ কৰ্তন কৰিবলৈ আহ্বান কংগ্ৰেছ সভাপতিৰ

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ কেৰালাৰ কংগ্ৰেছৰ সভাপতি মুল্লাাপল্লী ৰামচন্দ্ৰনে শনিবাৰে কটাক্ষ কৰে কেৰালাৰ মুখ্য়মন্ত্ৰী পিনাৰাই বিজয়নক । চৰকাৰী কৰ্মচাৰীসকলৰ পৰা মুখ্যমন্ত্ৰীৰ CODIV-19 সাহাৰ্য পুঁজিলৈ যোগদান কৰাৰ বাবে বাধ্য কৰোৱাতকৈ মুখ্যমন্ত্ৰী গৰাকীৰ অন্যান্য সা-সুবিধা সমূহ কৰ্তন কৰিবলৈ পৰামৰ্শ আগবঢ়াই কংগ্ৰেছৰ সভাপতি মুল্লাাপল্লী ৰামচন্দ্ৰনে ।

কেৰালাৰ মুখ্য়মন্ত্ৰীৰ অনাৱশ্যকীয় সা-সুবিধা সমূহ কৰ্তন কৰিবলৈ আহ্বান কংগ্ৰেছ সভাপতিৰ

আনহাতে, ৰামচন্দ্ৰন আৰু এগৰাকী পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে কেৰালাৰ মুখ্য়মন্ত্ৰী পিনাৰাই বিজয়নৰ সাপ্তাহিক টিভি কাৰ্যক্ৰমৰ নামত অত্যাআৱশ্যকীয় খৰচ হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰি চৰকাৰী টকাৰ সঠিক কামত প্ৰয়োগ নহোৱা বুলি সদৰী কৰে। কিয়নো মুখ্যমন্ত্ৰী গৰাকীয়ে বছৰত সাপ্তাহিক টিভি অনুষ্ঠানৰ নামত ৬.৩৭ কোটি টকা খৰচ কৰি আহিছে বুলি সদৰী কৰে ।

লগতে চাওকঃ জম্মু-কাশ্মীৰৰ ২৮ গৰাকী ব্যক্তিৰ বিৰুদ্ধে থকা পিএছএ গোচৰ প্ৰত্যাহাৰ

ABOUT THE AUTHOR

...view details