Presidential Election 2022: মুৰ্মুৰ বিজয়ত আনন্দ-উল্লাস চাহ বাগিচা অ়ঞ্চলত

By

Published : Jul 22, 2022, 10:37 AM IST

thumbnail

দেশৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল দ্ৰৌপদী মুৰ্মু (Draupodi Murmu new President of India)৷ ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি তথা প্ৰথম আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ পাছতেই অসমৰ ভিন্ন প্ৰান্তত বিজয় উৎসৱ পালন আদিবাসী লোকসকলৰ ৷ কলিয়াবৰৰ জগদম্বা, আমগুৰি, শাকমুঠিয়া¸ চিকনি, কেলিডেন, শালনা, সোণাৰি চাহ বাগিচাত আনন্দৰ লহৰ । ফটকা ফুটাই, নৃত্য-গীত পৰিৱেশন কৰি আনন্দ উৎসৱ পালন কৰে চাহ জনগোষ্ঠীয় লোকসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.