গোঁসানীৰ আশীষ লৈ মন্দিৰত চোৰৰ হাত চাফাই অভিযান

By

Published : Oct 4, 2022, 9:10 PM IST

thumbnail

‘‘চোৰ বিদ্যা উত্তম বিদ্যা ৷ ধৰা পৰিলেহে হয় শিলত খুন্দা ৷’’ এই কথাই সাৰোগত কৰি সোমবাৰে নিশা এইবাৰ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পিয়লি নগৰস্থিত কালী মন্দিৰত চোৰে চলালে হাত চাফাই অভিযান ৷ মন্দিৰত সেৱা কৰি গোঁসানীৰ আশীষ লৈ দানপাত্ৰ উদং কৰিলে চোৰে (Thief stole from temple at Moran) ৷ অৱশ্যে এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে চিচি টিভি কেমেৰাত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.