মহাষ্টমীৰ দিনাই জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত আঠগৰাকী লোক

By

Published : Oct 4, 2022, 8:31 AM IST

thumbnail

দুৰ্গাপূজাৰ আনন্দোল্লাস মাজতে সোমবাৰে জোনাইৰ বান্দানাস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Jonai)। প্ৰাপ্ত তথ্য অনুসৰি তেলামৰ পৰা জোনাই অভিমুখী AS-22C-2648 নামৰ এখন যাত্ৰীবাহী মেজিক আৰু পাচীঘাটৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা এখন ৰেনল্ট গাড়ীৰ মাজত হয় মুখামুখি সংঘৰ্ষ ৷ এই দুৰ্ঘটনাটোত আহত হয় মুঠ আঠগৰাকীকৈ লোক । আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰ ভাৱে আহত দুজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে AMCH লৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.