দুলীয়াজানত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা জব্দ কাৰ্টনে কাৰ্টনে সুৰাৰ বটল

By

Published : Aug 21, 2022, 12:33 PM IST

thumbnail

দুলীয়াজানত দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ ভিতৰত ওলাল কাৰ্টনে কাৰ্টনে সুৰাৰ বটল । দুলীয়াজানৰ টিপলিং পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Duliajan) । তীব্ৰ গতিত অহা এখন মাৰুতি বেলেন' গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত । দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে কাৰ্টনে কাৰ্টনে সুৰাৰ বটল (Liquor seized in Duliajan) । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতেই গাড়ীখনৰ চালকে গাড়ী এৰি কৰিলে পলায়ন । শেহতীয়াকৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ ভিতৰৰ পৰা প্ৰায় ২৭ টা সুৰাৰ কাৰ্টন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.