ভিক্টৰ দাসৰ সন্দৰ্ভত বিধায়ক দিগন্ত কলিতাৰ মন্তব্য

By

Published : Sep 10, 2022, 10:35 PM IST

thumbnail

ভিক্টৰ দাস কাৰোবাৰ প্ৰৰোচনাত পৰিছে নেকি ? কোনোবা ৰাজনৈতিক দলৰ উচতনিত পৰিছে নেকি ভিক্টৰ দাস (Victor Das arrested) ? ভিক্টৰ দাসে অসম চৰকাৰৰ ২৬০০০ পদৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি অভিযোগ কৰা প্ৰসংগত বিধায়ক দিগন্ত কলিতাই শনিবাৰে কামলপুৰত এইদৰে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া (Kamalpur MLA reaction on Victor Das arrest) ৷ লগতে এইবাৰ চৰকাৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে নিযুক্তি দিয়াৰ ইতিমধ্যে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে । আনফালে, হাইদৰাবাদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰা অপমানৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক দিগন্ত কলিতাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.