গোলাঘাটত পূজাৰ বতৰত ছাত্ৰৰ ব্যতিক্ৰমী পদক্ষেপ

By

Published : Oct 5, 2022, 12:17 PM IST

thumbnail

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে দুৰ্গা পূজাৰ উচাহ (Durga Puja in Assam) ৷ ব্যতিক্ৰম নহয় গোলাঘাটো ৷ এইবাৰ গোলাঘাটত দেখিবলৈ পোৱা গৈছে কেইজনমান ছাত্ৰৰ দুৰ্গা পূজা উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপ ৷ গোলাঘাটৰ চান্দমাৰী হাইস্কুলৰ একাংশ ছাত্ৰই বিদ্যালয়খনৰ শিক্ষয়িত্ৰীৰ অনুপ্ৰেৰণাত নিজে প্ৰস্তুত কৰা কেঁচুসাৰ, ফুলৰ পুলি, চাহ, পকৰি, ঘুগুণি আদি বিক্ৰী কৰি ৰাইজৰ আদৰ বুটলিবলৈ সক্ষম হয় (Exceptional initiative by students) ৷ মূলতঃ শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ উপাৰ্জনমুখী কেনেকৈ হ’ব পাৰি তাৰেই এক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যৰে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ অনুপ্ৰেৰণাত ছাত্ৰসকলে এই পদক্ষেপ গ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.