চৰাই বচাওক শীৰ্ষক থীম লৈ উলুবাৰী ভোলানাথ মন্দিৰত আয়োজন দুৰ্গা পূজা

By

Published : Oct 3, 2022, 9:20 PM IST

thumbnail

শংখ, ঘন্টাৰ মংগলময় ধ্বনিৰে মুখৰিত ৰাজ্যৰ পূজা মণ্ডপসমূহ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ আজি মহা অষ্টমী (Maha Ashtami 2022) দিনটোত মহানগৰীৰ পূজা মণ্ডপসমূহতো ভক্ত তথা দৰ্শণাৰ্থীৰ ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছে । ব্যতিক্ৰম নহয়, মহানগৰীৰ উলুবাৰী ভোলানাথ মন্দিৰ দুৰ্গা পূজা সমিতিও (Unique Durga Puja Pandal in Guwahati) ৷ 6G বন্ধ কৰা লগতে চৰাই বচাওক শীৰ্ষক থীম লৈ প্ৰায় 10 লাখ টকা ব্যয় সাপেক্ষে এইবাৰ আয়োজন কৰিছে দুৰ্গা পূজাভাগ (Durga Puja Celebrates in Guwahati) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.