দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

By

Published : Oct 9, 2022, 10:19 PM IST

thumbnail

দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Central home minister visited dargaon police training center) । গৃহমন্ত্ৰীগৰাকীয়ে দেৰগাঁৱৰ একাদশ অসম আৰক্ষী খেলপথাৰত হেলিকপ্তাৰৰে অৱতৰণ কৰি পোনে পোনে অসম আৰক্ষী সন্মিলনীৰ সভাগৃহ মুকলি কৰে । তাৰ পাচতে অসম আৰক্ষী অধীক্ষকসকলৰ সন্মিলন সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.