Presidential Election 2022: দ্ৰৌপদী মুৰ্মুৰ বিজয়ত মৰাণত আনন্দ উল্লাস

By

Published : Jul 22, 2022, 9:10 AM IST

thumbnail

ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী মহিলা আৰু প্ৰথমগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস(Draupodi Murmu new president of India) । ব্যতিক্ৰম নহয় মৰাণ । মৰাণত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে মৰাণৰ বামুণবাৰীত মৰাণ নাহৰকটীয়া ৰাজপথত জনতাৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গ'ল । বিজেপি জিন্দাবাদ, দ্ৰৌপদী মুৰ্মু জিন্দাবাদ ধ্বনিৰ লগতে ফটকা ফুটাই সমদল বাহিৰ কৰে বিজেপি কৰ্মীৰ লগতে চাহ বাগিচাৰ ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.