নগাঁৱত স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশাল ৰেলী

By

Published : Aug 13, 2022, 2:21 PM IST

Updated : Aug 13, 2022, 2:35 PM IST

thumbnail

নগাঁৱত শনিবাৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ উপলক্ষ্যে এক বিশাল ৰেলীৰ আয়োজন কৰা হয়(Azadi ka amrit mahotsav celebration at Nagaon) ৷ নগাঁৱৰ শেনছোৱা অমৰ বৰকাকতি খেলপথাৰৰ পৰা উলিওৱা ৰেলীত বিধায়ক ৰূপক শৰ্মাৰ লগতে কেইবা শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে(MLA Rupak Sarmah participated in azadi ka amrit mahotsav) । বিধায়ক ৰূপক শৰ্মাই স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীৰ সফল কৰিবলৈ সকলোকে আহ্বান জনায় । নগাঁৱৰ খাগৰিজান উন্নয়ন খণ্ডৰ উদ্যোগত উলিওৱা হয় আজাদী কি অমৃত মহোৎসৱৰ এই সজাগতামূলক ৰেলী ।

Last Updated : Aug 13, 2022, 2:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.