108 ambulances burnt down: নগাঁৱৰ ৰাজপথত জ্বলিল 108 এম্বুলেঞ্চ

By

Published : Aug 9, 2022, 9:41 PM IST

thumbnail

নগাঁৱৰ ৰাজপথত জ্বলিল 108 এম্বুলেঞ্চ(108 ambulances burnt down in Nagaon)৷ নগাঁৱৰ চেক গেইটৰ পেট্ৰল পাম্পৰ সমীপত হঠাৎ সংঘটিত হয় এই অগ্নিকাণ্ড । ৰাজপথত হঠাৎ এম্বুলেঞ্চখন জ্বলি উঠাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ইফালে, এম্বুলেঞ্চখনত ৰোগী আছিল নে নাই সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ অৱশেষত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.