জাঁজীমুখত বন্যহস্তীৰ জাকে তচনচ কৰিলে ঘৰ-ভেটি

By

Published : Sep 7, 2021, 10:09 AM IST

thumbnail

টীয়কৰ জাঁজীমুখত বন্যহস্তীৰ তাণ্ডৱে(Wild Elephant Terror) আতংকিত কৰি তুলিছে ৰাইজক ৷ বানে গৰকা জাঁজীমুখৰ বৰ মথাউৰিত বন্যহস্তীৰ তাণ্ডৱত ত্ৰাসিত হৈ পৰিছে জনজীৱন । শনিবাৰে নিশা বন্যহস্তীৰ এটা জাকে বহু লোকৰ ঘৰ-দুৱাৰ, ভঁৰাল, বাৰীৰ গছ-গছনি আদি বিনষ্ট কৰি একপ্ৰকাৰ চলালে সন্ত্ৰাস । মাজনিশা প্ৰায় 12 বজাত অহা 200-300 জনীয়া হাতীৰ এটা জাকে খাদ্যৰ সন্ধানত গ্ৰামাঞ্চলত প্ৰৱেশ কৰি এমুৰৰ পৰা চলাই যায় সন্ত্ৰাস ৷ বন্যহস্তীৰ সন্ত্ৰাসত ওৰেটো নিশা উজাগৰে কটাবলগীয়া হৈছে ৰাইজে । চাওক এই বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.