Money snatching: নলবাৰীত চিলনী চোৰে থপিয়াই নিলে 5লাখ টকা ভৰ্তি বেগ

By

Published : Dec 23, 2021, 10:51 PM IST

thumbnail

নলবাৰীত চিলনী চোৰৰ সন্ত্ৰাস । আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ নলবাৰীত দীৰ্ঘদিন ধৰি প্ৰায়ে চিলনি চোৰে চলাই আহিছে সন্ত্ৰাস (Money snatching incident) । এই অভিযোগ স্থানীয় ৰাইজৰ ৷ কিয়নো নলবাৰীত পুনৰ নাটকীয় ৰূপত চিলনী চোৰে লুটিলে পাঁচ লাখ টকা ৷ নলবাৰীৰ মাজদিয়াত সংঘটিত হৈছে এক ঘটনা (Money snatching incident in nalbari) । জানিব পৰা মতে, বুধবাৰে অলকা কলিতা নামৰ মহিলা গৰাকীয়ে ষ্টেট বেংকৰ পৰা পাঁচ লাখ টকা উলিয়াই লৈ ঘৰলৈ গৈ থকা সময়তে সন্ধিয়া চিলনি চোৰে থপিয়াই নিলে টকা ভৰ্তি এটা বেগ । সাচতিয়া ধন হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পৰিছে এতিয়া ভুক্তভোগী মহিলাগৰাকী ৷ উপায়ন্ত হৈ মহিলাগৰাকীয়ে কাষ চাপিছে নলবাৰী সদৰ আৰক্ষীৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.