থাওৰাত উন্নয়নৰ বাবে ৰাইজৰ দলৰ বিকল্প নাই: ধৈৰ্য্য কোঁৱৰ

By

Published : Oct 18, 2021, 8:26 PM IST

thumbnail

আগন্তুক উপ-নিবাৰ্চনৰ দিন যিমানে চমু চাপি আহিছে সিমানে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে ৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ধৈৰ্য্য কোঁৱৰৰ হৈ থাওৰা সমষ্টিত প্ৰতিদিনে বহু প্ৰচাৰ সভাত অংশ লৈছে । শনিবাৰে পানীদিহিং মৌজাৰ পানীদিহিং গাঁও পঞ্চায়তত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অখিল গগৈয়ে ৷ নিৰ্বাচনী প্ৰচাৰৰ মাজতে ধৈৰ্য্য কোঁৱৰে কয়, পানীদিহিং মৌজাৰ মিচিং, দেউৰী, আহোম আদি জনগোষ্ঠী ভূমিপুত্ৰ যদিও চৰকাৰে তেওঁলোকক আজিও মাটিৰ পট্টা দিয়া নাই ৷ সুশান্ত বৰগোহাঁইয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ আনক সমালোচনা কৰাটো অতিকে লজ্জাজনক বুলি উল্লেখ কৰিলে ধৈৰ্য্য কোৱৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.