হোজাইত লাজুকী বান্দৰ উদ্ধাৰ

By

Published : Jun 21, 2021, 9:49 PM IST

thumbnail

হোজাই জিলাৰ শনি বজাৰত উদ্ধাৰ লাজুকী বান্দৰ । স্থানীয় ৰাইজে লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়াত বিভাগে উদ্ধাৰ কৰে বান্দৰটো । বৰ্তমান বান্দৰটো ৰখা হৈছে লংকাৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত । পিছত বান্দৰটোক লংকাৰ পশু চিকিৎসালয়ত পৰীক্ষা কৰি সুস্থ হোৱাৰ পিছত লামডিং বনাঞ্চলৰ মাজত মুকলি কৰি দিব লংকাৰ বনাঞ্চলিক বিষয়া নিৰুদ কুমাৰ সুতে জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.