উপ-নিৰ্বাচন : নাম ঘোষণাৰ পাচতে প্ৰতিক্ৰিয়া ৰূপজ্যোতি কুৰ্মীৰ

By

Published : Oct 4, 2021, 10:05 PM IST

thumbnail

৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ ১০১ নং মৰিয়নী সমষ্টিৰ বাবে ৰূপজ্যোতি কুৰ্মীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিয়ে ৷ নাম ঘোষণাৰ কৰাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.