চৰকাৰী চাউলৰ বেগত বাংলা ভাষা ব্যৱহাৰক লৈ লখিমপুৰত প্ৰতিবাদ

By

Published : Nov 15, 2021, 9:48 PM IST

thumbnail

সোমবাৰে বিয়লি লখিমপুৰ নগৰৰ মাজ-মজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই। বাংলা ভাষাত লিখা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা চাউলৰ বেগ জ্বলাই প্ৰতিবাদ লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ । অসমীয়া ভাষাক লৈ বঙালীয়ে ষড়যন্ত্র কৰি অহাৰ অভিযোগ উঠাৰ সময়তে চৰকাৰে বাংলা ভাষাত লিখা বেগ বিতৰণ কৰা কাৰ্যক তীব্র ভাষাৰে গৰিহণা দিয়ে অসমীয়া যুৱ মঞ্চই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.