অনিদিষ্ট কাললৈ নাপাব ৰন্ধন গেছ !

By

Published : Jun 21, 2021, 7:14 PM IST

thumbnail

ক'ভিড মহামাৰীৰ মাজতে ৰাজ্যবাসীৰ বাবে দুঃখবৰ । ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনাই দেখা দিছে ৰাজ্যত । ২৩ জুনৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব উত্তৰ-পূৱৰ ৮ টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা । কিয়নো নৰ্থ ইষ্ট পেক্ট এলপিজি ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েচনে(North East Packed LPG Transporter Association) কেইবাদফীয়া দাবীত ৰূপায়ণ কৰিছে ধৰ্মঘট । থলুৱাক বঞ্চিত কৰি বহিৰাগতক কামৰ নিবিদা দিয়াৰ ষড়যন্ত্ৰৰ প্ৰতিবাদত হৈছে এই ধৰ্মঘট । ২৩ জুনৰ পৰা বন্ধ থাকিব উত্তৰ-পূৱৰ ক্ৰমে উত্তৰ গুৱাহাটী, মিৰ্জা-সৰপাৰা, দুলীয়াজান, শিলচৰ, গোপানাৰী, ডিমাপুৰ, বঙাইগাঁও আৰু চেকমাইৰ বটলিং প্লাণ্ট ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.