কংগ্ৰেছৰ ৭০ % মানুহ বাংলাদেশী মূলৰ : পীযুষ হাজৰিকা

By

Published : Dec 19, 2021, 6:49 PM IST

thumbnail

দলৰ শক্তি বৃদ্ধি কৰিবলৈ প্ৰদেশ কংগ্ৰেছে দলীয় কৰ্মীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাকলৈ মন্ত্ৰী পীযুষ হাজৰিকাই কৰিলে মন্তব্য(Pijush Hazarika on APCC workshop) । বিজেপিক প্ৰতিহত কৰিবলৈ একমাত্ৰ কংগ্ৰেছেই সক্ষম হ'ব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈ থকা সময়তে শনিবাৰে ডিব্ৰুগড়ৰ চাবুৱাত জলসম্পদ মন্ত্ৰী হাজৰিকাই কংগ্ৰেছক লৈ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য । অসমীয়া স্বাভিমান থকা মানুহ এতিয়া কংগ্ৰেছত নাই বুলি কৈ মন্ত্ৰীজনে কয়, এতিয়া কংগ্ৰেছৰ অৱস্থা নাই বুলি ভাবো । এতিয়া কংগ্ৰেছত থকা ৭০ % মানুহ বাংলাদেশী মূলৰ মানুহ(Pijush Hazarika on Congress) । কংগ্ৰেছৰ ' আকৌ নতুন প্ৰভাত হ’ব' শ্লোগানকলৈয়ো মন্ত্ৰী গৰাকীয়ে কৰিলে সমালোচনা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.