অসমীয়া ছবি ‘God on the Balcony’ লৈ আন্তঃৰাষ্ট্ৰীয় বঁটা

By

Published : Aug 8, 2021, 9:56 AM IST

thumbnail

অসমীয়া ছবিজগতলৈ এক সুখবৰ ৷ অসমীয়া চলচ্চিত্ৰ ‘God on the Balcony’ অৰ্থাৎ ‘বেলকনিত ভগৱান’ৰ আন এক সফলতা লাভ ৷ ব্ৰাজিলৰ লাছাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (Lasa Internation Film Festival)য়ে ছবিখনলৈ আগবঢ়ালে ‘Honourable Mention Award’ ৷ ইফালে 12 আগষ্টৰ পৰা মেলব’ৰ্ণত অনুষ্ঠিত হ’বলগীয়া 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ চলচ্চিত্ৰ’ৰ শিতানত মনোনয়ন লাভ কৰিছে এই ছবিখনে ৷ শনিবাৰে দেৰগাঁৱত এক সংবাদমেলযোগে এই কথা সদৰী কৰে ছবিখনৰ প্ৰযোজক নুৰুল চুলতানে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.