খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বন্যহস্তী

By

Published : Jun 27, 2021, 10:17 PM IST

thumbnail

বন্যহস্তীৰ মুক্ত বিচৰণে মানৱ জীৱনলৈ কঢ়িয়াই আনিছে ভাবুকি । সোমবাৰে চামগুৰিত দেখিবলৈ পোৱা গ'ল খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তী । এঘৰৰ বাৰীত কলগছ খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰিলে স্থানীয় ৰাইজে । ফটকা ফুটাই হাতী খেলিবলৈ অপ্ৰাণ চেষ্টা চলালে স্থানীয় ৰাইজে । ইতিমধ্যে বন্যহস্তী আৰু মানুহৰ সংঘাতৰ ফলত মুত্যু পৰ্যন্ত হৈছে কেইবাজনো লোকৰ । বন বিভাগৰ লোকে চৰকাৰী ক্ষতিপূৰণৰ আস্বাস দিয়েই নিজৰ দায়িত্ব সামৰে বুলি অভিযোগ তোলে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.