গোৱালপাৰাত বন্যাৰ্তৰ শিৱিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

By

Published : Jul 23, 2019, 10:43 PM IST

thumbnail

গোৱালপাৰাত বানাক্ৰান্তৰ শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । কামৰূপ গ্ৰাম্য জিলাৰ কেইবাটাও বানাক্ৰান্তৰ শিবিৰ পৰিদৰ্শন কৰাৰ পিছতে গোৱালপাৰা জিলাৰ ধূপধৰা, অঞ্চলৰ পুঠিমাৰী আৰু বাগডবাৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ বান সাহায্য সন্দৰ্ভত বুজ লয় । ইয়াৰ পাছতে দুধনৈৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলাত ৰাভা হাচঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু বিধায়ক দীপক কুমাৰ ৰাভাৰ সৈতে বান পৰিস্থিতিৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.