আমেৰিকাৰ পৰা উভতিছে জাহ্নৱী; প্ৰযোজনা গৃহৰ বাহিৰত পূজা

By

Published : Apr 5, 2021, 11:44 AM IST

thumbnail

দেওবাৰে মুম্বাই বিমানবন্দৰত অভিনেত্ৰী জাহ্নৱী কাপুৰক প্ৰত্যক্ষ কৰাৰ লগতে এটি প্ৰযোজনা গৃহৰ বাহিৰত দেখা গৈছে অভিনেত্ৰী পূজা হেগড়েক ৷ এটি নীলা বৰণীয়া জাম্প চুটত আকৰ্ষণীয় ৰূপত দেখা পোৱা যায় পূজাক ৷ চাওঁক এই ভিডিঅ’টি...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.