দীপিকাৰ পৰা অদিতি লৈকে কেমেৰাৰ লেন্সত বন্দী B-town দিভা

By

Published : Apr 4, 2021, 2:28 PM IST

thumbnail

মুম্বাইৰ ভিন্ন প্ৰান্তত দীপিকা পাডুকনৰ পৰা আৰম্ভ কৰি অদিতী ৰাও হেইদৰী লৈকে কেমেৰাৰ লেন্সত বন্দী বহুকেইগৰাকী B-town দিভা ৷ paps post শ্বুটত দীপিকা কেমেৰাৰ লেন্সত বন্দী হোৱাৰ পৰিৱৰ্তে বান্দ্ৰাৰ বিজয় চেলছ ষ্টোৰত দেখা গ'ল অদিতী ৰাওক ৷ কৰিশ্মা টান্না আৰু গৌহৰ খানৰো কিছু মুহূৰ্ত বন্দী কৰিলে paps এ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.