Zubeen Garg Health Condition: গ্ৰীণ কৰিড’ৰৰ মাজৰে বিমানবন্দৰৰ পৰা আয়ুৰসূন্দ্ৰা হাস্পতাললৈ অনা হ’ল হাৰ্টথ্ৰ’বক

By

Published : Jul 20, 2022, 7:19 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে আহি আয়ুৰসূন্দ্ৰা হাস্পতালত উপস্থিত হ’ল জুবিন গাৰ্গ (Zubeen Garg in Ayursundra Hospital) । বিমানবন্দৰৰ পৰা গ্ৰীণ কৰিডৰেৰে হাস্পতাললৈ অনা হ’ল শিল্পীগৰাকীক ৷ বাথৰূমত পিছলি পৰি মূৰত আঘাত পোৱা শিল্পীগৰাকী(Zubeen Garg injured) চিকিৎসাধীন হৈ আছিল ডিব্ৰুগড়ৰৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ ইয়াৰ পাছতে উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে জুবিন গাৰ্গক লৈ অনা হয় আয়ুৰসূন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ(Ayursundra Super specialty Hospital) ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.