Villagers Protest: দৰঙত সীমামূৰীয়া গাঁৱৰ জিলা সলনিৰ প্ৰতিবাদ ৰাইজৰ

By

Published : Jan 3, 2023, 6:29 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

১৪ খনকৈ জিলাৰ সীমামূৰীয়া গাঁও ৰদ-বদল কৰাৰ সিদ্ধান্তৰ পিছতেই জাঙুৰ খাই উঠিছে দৰং জিলাৰ দুটাকৈ পঞ্চায়তৰ ৰাইজ (villagers protest in Darrang for changing district) । ভেৰভেৰি বিল পঞ্চায়ত আৰু ঝাৰগাঁও পঞ্চায়তৰ ৰাইজে কোনো কাৰণতে বিটিআৰৰ (BTR) ওদালগুৰি জিলাৰ অন্তভুৰ্ক্ত নহয় । বিটিআৰৰ বাহিৰে অন্য যিকোনো জিলাত চৰকাৰে অন্তভুৰ্ক্ত কৰক অন্যথা ভয়ংকৰ আন্দোলনৰ ঘোষণা আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ (AAMSU protest in Darrang) । ভেৰভেৰি বিলত দুই শতাধিক লোকে এই সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.