Smuggled cattle seized at Behali: বিহালীত কেইবাটাও গৰু সহ দুখন ট্ৰাক জব্দ

By

Published : Apr 20, 2023, 11:03 PM IST

thumbnail

বিশ্বনাথ, 20 এপ্ৰিল: বিহালীৰ 15 নং ৰাট্ৰীয় ঘাইপথৰ পৰা বৰগাং আৰক্ষীয়ে অবৈধভাৱে গৰু সৰবৰাহ কৰা দুখন ট্ৰাক জব্দ কৰে ৷ ট্ৰাক জব্দ কৰাৰ লগতে আটক কৰে ছজনকৈ লোকক ৷ তথ্যমতে আজি পুৱতি নিশা বৰগাং আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত BR-06-GE-9489 নম্বৰ আৰু AS-02-CC-8569 নম্বৰৰ গৰু ভৰ্তি দুখন ট্ৰাক জব্দ কৰে (Smuggled cattle seized at Behali) ।

আনহাতে চতিয়া আৰক্ষীৰ সহযোগত বৰগাং আৰক্ষীয়ে অবৈধভাৱে গৰু সৰবৰাহ কৰা ৩ গৰু বেপাৰীক আটক কৰে ৷ ইয়াৰ লগতে AS-12-J-5555 নম্বৰৰ XUV500 বাহনখন জব্দ কৰে৷ XUV-500 ৰ পৰা আটক কৰা ধৃত গৰুবেপাৰী কেইটা হ'ল নজৰুল ইছলাম (26), চাহজাহান আলী (20), নজৰুল ইছলাম (27) ৷ আনহাতে ট্ৰাক দুখনৰ পৰা আটক কৰা গৰু বেপাৰী ৩ হ'ল হাফিজুৰ ৰহমান (32), জাকিৰ আলী (24), মহিবুৰ মালিক (24) (two trucks with smuggled cattle seized at Behali) ৷

লগতে পঢ়ক : 17 year old teenager died: অন্ধবিশ্বাসৰ বলি হৈ অকাল মৃত্যু জলাতংকত ভোগা কিশোৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.