Timber seized in Tinsukia: তিনিচুকীয়া জিলাৰ মাজেৰে অব্যাহত চোৰাং কাঠৰ বেহা

By

Published : Dec 23, 2022, 3:08 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

তিনিচুকীয়া জিলাৰ মাজেৰে অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা(Timber smuggling in Tinsukia) ৷ বৃহস্পতিবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে জব্দ কৰে চোৰাং কাঠভৰ্তি এখন ট্ৰাক(Tinsukia Timber syndicate) ৷ টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ৷ জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS01 PC2792 ৷ ট্ৰাকখন জব্দ কৰি তিনিচুকীয়া আৰক্ষী(Tinsukia Police) আৰু বনবিভাগে অব্যাহত ৰাখিছে তদন্ত ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.