Road accident in Darrang: যান-বাহন আইন উলংঘা কৰি দুৰ্ঘটনাত মৃত্যু তিনি যুৱকৰ

By

Published : Jan 12, 2023, 10:30 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

দৰঙৰ শিলিখাজানিত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Darrang) ৷ দুৰ্ঘটনাত থিতাতে নিহত তিনি বাইক আৰোহী ৷ একেখন বাইকেৰে বৃহস্পতিবাৰে নিশা হেলমেটবিহীন ভাৱে আহি আছিল তিনিগৰাকী যুৱক(Biker killed in road accident) ৷ পথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটাত খুন্দা মৰাত থিতাতে নিহত হয় দুই যুৱক ৷ আনহাতে, এগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় ৷ নিহত যুৱককেইজন  মৃদুল দাস ,মৃণাল দাস আৰু প্ৰশান্ত হাজৰিকা বুলি চিনাক্ত ৷ আৰক্ষীৰ তালাচীৰ পৰা পলাবলৈ চেষ্টা কৰি তীব্ৰ বেগত আহোঁতেই বিদ্যুতৰ খুঁটাত খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ 

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.