Bijaya dashami 2022: মা সেৰোৱালী ভজনেৰে মুখৰিত তেজপুৰ জাহাজ ঘাট

By

Published : Oct 5, 2022, 2:20 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি বিজয়া দশমী(Bijaya dashami 2022)৷ বিজয়া দশমীৰ দিনা ব্ৰহ্মপুত্ৰৰ পাৰত এক বিৰল দৃশ্য ৷ ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰৰ সেনা বাহিনীৰ লোকে অনুষ্ঠিত কৰা দুৰ্গা পূজাৰ দেৱীৰ মৃণ্ময় মূৰ্তি বিসৰ্জন দিয়া হয় ব্ৰহ্মপুত্ৰৰ পাৰত(Durga puja celebrated by army) । বিসৰ্জনৰ পূৰ্বে মা দূৰ্গাক স্তুতি ভজনেৰে বিদায় জনালে সেনা বাহিনীৰ লোকসকলে(Tezpur Sonitpur Indian Army Dasami ) ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.