Drugs seized at Barpetaroad: বৰপেটাৰোডত আৰক্ষীৰ জালত ৬ ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Nov 6, 2022, 1:45 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত(Anti drugs mission of Assam police) । বৰপেটাৰোডতো চলিছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । শনিবাৰে বৰপেটাৰোড আৰক্ষীয়ে এক অভিযান চলাই আটক কৰে ৬ টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক(Drug peddlers held in BarpetaRoad) ৷ আটক কৰা সৰবৰাহকাৰীকেইটা হৈছে বালাগাঁৱৰ মঞ্জিল হক, কলগাছিয়াৰ মুস্তাফা জামান, মহম্মদ মুস্তাফা আৰু ৰাজিবুল ইছলাম ৷ ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা ৮ টা কন্টেইনাৰত ১০.৭৯ গ্ৰাম ড্ৰাগছ, AS01BW9904 নম্বৰৰ এখনি চুইফ্ট ডিজায়াৰ বাহন আৰু ৪ টা মোবাইল ফোন জব্দ কৰে(Drugs seized in Barpetaroad) ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.