Bongalmora Robbery incident Update: ডকাইটি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আটক মেনেজাৰ কমল সিং

By

Published : Nov 22, 2022, 2:03 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

বঙালমৰাৰ চাঞ্চল্যকৰ ডকাইটি কাণ্ডই লৈছে নতুন মোৰ । সোমবাৰে বঙালমৰাত সংঘটিত হৈছিল এক ডকাইতি কাণ্ড (Robbery at Bangalmara Lakhimpur)। বঙালমৰাস্থিত ইণ্ডিয়ান অইলৰ ডিপোৰ মেনেজাৰ কমল সিঙে বেংকত টকা জমা দিবলৈ যোৱা অৱস্থাত হেলমেট পৰিধান কৰা দুই অচিনাক্ত বাইক আৰোহীয়ে পিষ্টল দেখুৱাই টকা লুটি নিয়াৰ অভিযোগ তুলিছিল । ঘটনাৰ পিছতেই আৰক্ষীয়ে বেংক চৌহদস্থিত CCTV ফুটেজ পৰীক্ষা কৰি মেনেজাৰ কমল সিঙৰ ওপৰত সন্দেহ ওপজাত আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰে কমলক । ইফালে CCTV ফুটেজ অনুসৰি কমল সিং এই ঘটনাত জড়িত থকা সন্দেহ কৰাৰ যথেষ্ট থল আছে বুলি উল্লেখ কৰিলে আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.