Python rescued : শিৱসাগৰৰ বানমুখ চুতীয়া গাঁৱত প্ৰায় 7 ফুট দৈৰ্ঘৰ অজগৰ উদ্ধাৰ

By

Published : Dec 20, 2022, 10:44 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

মঙলবাৰে শিৱসাগৰৰ বানমুখ চুতীয়া গাঁৱত উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ (Python rescued in Sivasagar) ৷ উদ্ধাৰ হোৱা অজগৰটোৰ দৈৰ্ঘ প্ৰায় 7 ফুট ৷ বানমুখ চুতীয়া গাঁৱৰ স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ হোৱা অজগৰটো পৰৱৰ্তী সময়ত পানীদিহিং পক্ষী অভয়াৰণ্যত (Pani Dihing Wildlife Sanctuary) এৰি দিয়া হয় ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.