Free eye treatment camp: বৰহোলাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

By

Published : Aug 3, 2022, 7:24 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ONGC ৰ যোৰহাটস্থিত CSR বিভাগৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয় (Jorhat Medical College & Hospital) আৰু চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়(Chandraprabha Eye Hospital)ৰ সহযোগত মঙলবাৰে বৰহোলাৰ শিলডুবস্থিত GGS ত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় (Corporate Social Responsibility) ৷ শিবিৰত মুঠ ৪০০ গৰাকী ৰোগীৰ চকুৰ পৰীক্ষা কৰা হয় ৷ ইয়াৰে ১০০ গৰাকীতকৈ অধিক ৰোগীক চকু পৰীক্ষাৰ লগতে বিনামূলীয়াকৈ চচমা প্ৰদান, ২৫ গৰাকীক চকুৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হয় ৷ ৰোগীকেইগৰাকীক যোৰহাটৰ চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ত কৰা হ’ব চকুৰ অস্ত্ৰোপচাৰ ৷ চকু চিকিৎসা শিবিৰৰ এই কাৰ্যসূচীত উপস্থিত থাকে তিতাবৰ ৰাজহ চক্ৰ বিষয়া, বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, অ’ এন জি চিৰ এচেট মেনেজাৰকে ধৰি ভালেসংখ্যক বিষয়া-কৰ্মচাৰী ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.