Maha Ashtami 2023: লোকে লোকৰণ্য নগাঁৱৰ হয়বৰগাঁৱত মুদ্ৰাৰে নিৰ্মিত পূজা মণ্ডপ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 10:50 PM IST

thumbnail

নগাঁও,22 অক্টোবৰ : আজি মহা অষ্টমী ৷ নগাঁৱৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে পূজা ৷ মহা অষ্টমীত লোকে লোকৰণ্য হৈ পৰিল নগাঁৱৰ শনি মন্দিৰৰ দুৰ্গা পূজা সংঘই আয়োজন কৰা পূজা মণ্ডপত ৷ মুদ্ৰাৰে নিৰ্মাণ কৰা পূজা মণ্ডপে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে ভক্তক ।

দেওবাৰে মহাঅষ্টমীত মুদ্ৰাৰে নিৰ্মাণ কৰা পূজা মণ্ডপত ভক্তৰ ভীৰ হোৱা পৰিলক্ষিত হ’ল । অগণন ভক্তই শাৰী পাতি মুদ্ৰাৰে নিৰ্মিত পূজা মণ্ডপত প্ৰৱেশ কৰে । পূজা মণ্ডপৰ সন্মুখত এখন চেল্ফি ল’বলৈ হেতা ওপৰা নগাঁৱৰ হয়বৰগাঁৱত শনি মন্দিৰ দুৰ্গা পূজা সংঘই মুদ্ৰাৰে নিৰ্মাণ কৰা পূজা মণ্ডপত ।

উল্লেখযোগ্য, প্ৰায় এঘাৰ লাখ টকাৰ মুদ্ৰা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ ৷ 

লগতে পঢ়ক:Durga puja 2023: শিলঘাটৰ শ্ৰীশ্ৰী কামাখ‍্যা দেৱালয়ত পূজা-অৰ্চনা অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.