সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কাশ্মীৰত শ্বহীদ অসমৰ জোৱানৰ

By

Published : May 4, 2022, 5:04 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত শিৱসাগৰ নগৰৰ সমীপৰ কোঁৱৰপুৰ বৰুৱাচুকৰ শ্বাহ দুমানী ৰহমান নামৰ এগৰাকী জোৱানৰ বিগত ১ মে’ত কৰ্মৰত অৱস্থাত মৃত্যু হয়(Assam Veer Swahid) । শ্বাহ দুমানী ৰহমান কাশ্মীৰৰ বাৰামুল্লাত বিএছএফত কৰ্মৰত আছিল(Border Security Force at Baramulla in Kashmir) । বুধবাৰে অৰ্থাৎ ঈদৰ দিনা সীমান্ত সুৰক্ষা বাহিনীয়ে সম্পূৰ্ণ সামৰিক আৰু ৰাষ্ট্ৰীয় সন্মানেৰে পৰিয়ালৰ লোকক জোৱান গৰাকীৰ মৃতদেহ চমজাই দিয়ে ৷ ইয়াৰ পাছতেই জোৱানজনক কোঁৱৰপুৰৰ কৱৰস্থানত ৰাষ্ট্ৰীয় পতাকা সহিতে সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । মৃত্যুৰ সময়ত ৰহমানে মাতৃ-পত্নী সহিতে তিনি সন্তানক এৰি থৈ গৈছে(Assam Jowan died in Baramulla in Kashmir) ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.