Assam Floods: চকুৰ সন্মুখতে তাচপাতৰ দৰে খহি পৰিল ঘৰ

By

Published : Jun 28, 2022, 4:46 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মানিকপুৰৰ ২ নং বাশবাৰীত পুনৰ ভয়াবহ গৰাখহনীয়াত জাহ গ’ল মছজিদ, ঈদগাহ, কবৰস্থান আৰু বজাৰ (Erosion in Bongaigaon)। এতিয়ালৈকে প্ৰায় তিনিশ পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত বিলীন হৈছে । ডাঙাইগাঁও-কীৰ্ত্তনপাৰা সংযোগী গড়কাপ্তানি পথটো গৰাখহনীয়াৰ কবলত পৰি যাতায়ত বিছিন্ন হৈ পৰে । সোমবাৰৰ পৰা আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কুৰি খনৰো অধিক গাঁও (Flood in Bongaigaon)। মঙলবাৰেও প্লাৱিত হৈছে ন ন অঞ্চল । বানপানীৰ আৰু গৰাখহনীয়া তাণ্ডৱত দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক । খাদ্য আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বহু পৰিয়াল ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.